Assamese Edition of The Healer Cat
Pere, TuulaTuotetiedot
Nimeke: | Assamese Edition of The Healer Cat |
Tekijät: | Pere, Tuula (Kirjoittaja) Bezak, Klaudia (Kuvittaja) Assam, Biki (Kääntäjä) |
Tuotetunnus: | 9789523571631 |
Tuotemuoto: | Kovakantinen kirja |
Saatavuus: | Tilaustuote toimitetaan myöhemmin |
Ilmestymispäivä: | 1.9.2021 |
Hinta: | 29,00 € (25,44 € alv 0 %) |
Kustantaja: | WickWick |
Painos: | 2021 |
Julkaisuvuosi: | 2021 |
Kieli: | assami |
Sivumäärä: | 40 |
Tuoteryhmät: | Kaikki tuotteet |
Kirjastoluokka: | L85.18 Muilla indoeurooppalaisilla kielillä julkaistut sadut |
Ikäsuositus: | 6 - 9 |
Celesse, the healer cat, is a highly respected member of the neighborhood. As the mistress's favorite cat, she spends lazy days in the warmth of the house.
One snowy night a mother hare rushes in, desperate for help. Reluctantly, the healer cat travels with her through a nighttime snowstorm and biting cold winds. In a dark forest, Celesse comes face-to-face with a scary surprise and is forced to gather her powers for the first time in a while.
---
ছেলিছ নামৰ আৰোগ্যকাৰী মেকুৰীটো তাইৰ স্বাভাৱিক গুণৰ বাবে চুবুৰীটোৰ অতি আদৰৰ সদস্য হৈ উঠিছিল৷ গৰাকীনিৰ প্ৰিয় হোৱা বাবে তাইৰ জিৰণিৰ দিনকেইটা ঘৰৰ ভিতৰৰ উম লৈ আৰামত কটাই আছিল৷
কিন্তু তেনে এক সময়তে সহায় বিচাৰি এটি মাতৃ শহাপহু ধুমুহা গতিৰে ভিতৰলৈ সোমাই আহিল৷ তাইৰ আকোৰগজালিত হাৰ মানি, অনিচ্ছাস্বত্বেও আৰোগ্যকাৰী মেকুৰীটো নিশাৰ বৰফাবৃত ৰাস্তা আৰু হিমশীতল ধুমুহাৰ মাজেৰে তাইৰ লগত যাবলৈ মান্তি হ'ল৷ গভীৰ অৰণ্যৰ মাজত ছেলিছ এক ভয়ানক বিস্ময়ৰ মুখা-মুখি হ'ল আৰু নিজৰ সমগ্ৰ শক্তি গোটাই লবলৈ বাধ্য হ'ল৷
যেতিয়া দীঘল ৰাতিটো আৰু সফল যাত্ৰাটোৰ অন্ত পৰিছিল, তেতিয়া সূর্য্যৰ উত্তাপে কেৱল হিমাবৃত অৰণ্যই নহয় বৰং আৰোগ্যকাৰী মেকুৰীটোৰ অন্তৰো উমাল কৰি পেলাইছিল৷